Saturday, 27 September 2025

শব্দবোৰ


মন যায়,
মন যায় আকৌ এবাৰ তোমাক শুনিব!
আজি শব্দবোৰৰ কান্দোনৰ ৰোল,
সুন্দৰতা হেৰুৱা শব্দবোৰ।

মায়াবিনী ৰাতিৰ আন্ধাৰত সুৰৰ বিলাপ!
তুমিহীনতাৰ উকা আভাস।
লৰালিৰ এটি সুৰৰ সোঁৱৰণী!
জীৱনৰ ভগ্নাংশত সুৰৰ বৰণ,
তুমি এটা গানৰ আভৰণ।

তুমি কোন?
এটা কবিৰ কাব্য তুমি!
তুমিয়েই মোৰ কবিতা।
তুমিয়েই মোৰ গীতিমালিতা!
তোমাতেই মো
 কৈশোৰ, যৌৱন।

মন যায় মোৰ,
আকৌ জীয়াবলৈ সেই সময়।
বিলীন হবলৈ তোমাৰ শব্দৰ মাজত,
তোমাৰ সুৰৰ মাজত!

P.S.: Assam lost a gem, a Kohinur, a legend, a people's artist. A person who inspires me to write poems and is an idol of billions. From where should I start? The late 90s brought his unconventional songs and a fresh breath of air to our souls. Or should I mention the late 20s, when a rebel expressed his thoughts and inspired millions of us? That's what Zubeen Garg, aka our Zubeen Da! THIS POEM IS FOR YOU,  ZUBEEN DA.

Rupjyoti 
Follow us: lnktr.ee/ImRupjyoti
English translation in the comment section

Monday, 31 March 2025

কল্পনাময়ী

 


এই নিৰিবিলি ৰাতি, দাৱৰ বৰনীয়া মেখেলা চাদৰ পিন্ধি,

তুমি মৰিছাহি মোৰ হৃদয়ৰ কোণত বিজুলী!

প্ৰেমৰ বৰষুণত তিতি মই মগন।

তোমাৰ মাজতে তোমাক বিচাৰিছো,

তোমাতে নিজৰ প্ৰতিছবি দেখিছো।

সপোন সপোন লগা সময় ।

কেতিয়াবা সময়ে কথা কয়,

ৰিঙিয়াই প্ৰেমৰ মাতেৰে।

সুন্দৰৰ মাজত তুমি সুন্দৰী

মোৰ কল্পনাময়ী নাৰী।

মই তোমাৰ সুন্দৰৰ পূজাৰী,

হ'বা নে তুমি মোৰ মন মন্দিৰৰ দেৱদাসী?


Rupjyoti 

Follow us: lnktr.ee/ImRupjyoti

English translation in the comment section

Saturday, 8 February 2025

Those Eyes


I want to take a deep dive into your eyes,

Lost in the midst of enchanting illusions.

A truth that hides the numbness of life.

A smile that kills my sorrows.

I'm mesmerised by the beauty of your kajal,

A black that whispers, that heals,

Mending pieces of a broken heart.

Those playful glimmers, silent confessions,

Each sparks a poem in your eyes,

A crazily deep smile in your eyes.

In the middle of the broken night,

I'm going to breathe, I'm going to heal.

Those flattering talks in your crazy little eyes.

The beauty of your emotional epitomes!


Rupjyoti 

Follow us: lnktr.ee/ImRupjyoti