বিৰহৰ অগ্নি, সপোনৰ গান,
তুমি নোহোৱাৰ এটা সপোন যেন!
শব্দৰ সুৰ, নতুন দিনৰ ইন্দ্ৰধনু,
নিসংগ দিনৰ কবিতা, হেৰুৱা সুৰৰ ঠিকনা।
তুমি নোহোৱাৰ এটা সপোন যেন!
শব্দৰ সুৰ, নতুন দিনৰ ইন্দ্ৰধনু,
নিসংগ দিনৰ কবিতা, হেৰুৱা সুৰৰ ঠিকনা।
মুক্ত পক্ষীৰ যন্ত্ৰণাময় জীৱন,
নতুন পৃথিৱী নাই তোমাৰ শিহৰণ।
ধুমুহাত হেৰাই যোৱা শিশুৰ গান!
অভিমানী ফুলনিত বসন্তৰ ফুল,
নতুন পথত অগ্ৰসৰ আমি তোমাক বিচাৰি!
তুমি আমাৰ নতুন সময়,
পৃথিৱী বিচাৰি তোমাৰ গানত,
হেজাৰ শব্দৰ পোহৰ তোমাৰ গানত,
পাখি মেলি সপোনে উৰে তোমাৰ সুৰত।
তুমি জিলিকি থাকা মোৰ আশাৰ আকাশত!

Your Poem
ReplyDeleteThe fire of longing, the song of dreams,
A dream of you, though you are gone.
The music of words, the rainbow of dawn,
A poem of lonely days, where lost songs belong.
The aching life of a bird set free,
A new world without your trembling presence.
A child’s song, lost in the storm,
Spring flowers bloom in a garden of wounded pride—
We walk new paths, still searching for you.
You are our new time, our rising light,
A world we seek within your song.
A thousand words of light shine through,
Dreams spread their wings and soar in your tune.
You keep shining in the sky of my hope.
- Rupjyoti
❤️
ReplyDeleteThank you
DeleteThat’s so good
ReplyDelete